Ondho xomoy bondho aartonaad cover art

Ondho xomoy bondho aartonaad

Preview
LIMITED TIME OFFER

3 months free
Try for £0.00
£8.99/mo thereafter. Renews automatically. Terms apply. Offer ends 31 July 2025 at 23:59 GMT.
Pick 1 audiobook a month from our unmatched collection.
Listen all you want to thousands of included audiobooks, Originals, and podcasts.
Access exclusive sales and deals.
Premium Plus auto-renews for £8.99/mo after 3 months. Cancel monthly.

Ondho xomoy bondho aartonaad

By: ৰঞ্জু হাজৰিকা
Narrated by: তৰুণ গগৈ
Try for £0.00

£8.99/mo after 3 months. Offer ends 31 July 2025 23:59 GMT. Cancel monthly.

Buy Now for £5.59

Buy Now for £5.59

Confirm Purchase
Pay using card ending in
By completing your purchase, you agree to Audible's Conditions of Use and authorise Audible to charge your designated card or any other card on file. Please see our Privacy Notice, Cookies Notice and Interest-based Ads Notice.
Cancel

About this listen

সত্যকাম, পুণ্ডৰীক, উপমন্যু তিনি বন্ধু। মুম্বাইত প্ৰতিস্থিত শব্দযন্ত্ৰী সত্যকাম দুবছৰৰ পিছত আহে নিজৰ বিয়া পাতিবলৈ বুলি। শিল্পীকাৰ সৈতে সত্যকামৰ বিয়া ঠিক হৈ আছে। আনহাতে বিয়া ঠিক হৈ আছে পুণ্ডৰীকৰো সাগৰিকাৰ সৈতে। কিন্তু সাগৰীকা আৰু পুণ্ডৰীকৰ মাজত যেন কিবা এটা ঘটিছে, সেই কথা অনুভৱ হয় সত্যকামৰ। সাগৰিকাই জীৱনৰ লক্ষ্য বাছি লৈছে সমাজ সেৱা। তাৰ বাবে তাই বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগিয়া হয়। সেইখিনিলৈকে ঠিকেই থাকে সকলো। কিন্তু কিছুদিনৰ পৰা কথাবোৰ বেলেগ হবলৈ ধৰে। পিছপৰা অঞ্চল সমূহত ডাইনী হত্যা গা কৰি উঠে। আৰু তাৰ বাবে সাগৰিকা তেনে অঞ্চল সমূহলৈ যাব লগা হয়। সেই লৈ পুণ্ডৰীকৰ চিন্তা। তথাপিও সত্যকামৰ মধ্যস্থতাত পুণ্ডৰীক আৰু সাগৰিকাৰ মনোমালিন্য ঠিক হয়। সত্যকামৰ বিয়ালৈ মাজত মাত্ৰ এটা দিন। তেনে এটা দিনতে হঠাৎ সাগৰিকাই কাকো কোনো খবৰ নিদিয়াকৈ গুছি যায় এনে এখন ঠাইলৈ য'ত গাঁৱৰ ৰাইজে জো যা কৰে নৰবলি দিয়াৰ। সাগৰিকাৰ এনে কাণ্ডত ভয় খাই পুণ্ডৰীক যায় তাইক বিচাৰি আৰু পুণ্ডৰীকৰ পিছে পিছে সত্যকাম। জীৱনটো বচাই সাগৰিকা উভতি আহিবলৈ সক্ষম হ'ল। কিন্তু পুণ্ডৰীকৰ কি হ'ল? সি লগ পালে নে সাগৰিকাক? আৰু সত্যকাম? শিল্পীকাৰ সপোনবোৰ পূৰ হ'ল নে?এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস "অন্ধ সময় বন্ধ আৰ্তনাদ"©2022 Storyside IN (P)2022 Storyside IN Thriller & Suspense
No reviews yet