Bikhyuddho Bohni cover art

Bikhyuddho Bohni

Preview
LIMITED TIME OFFER

3 months free
Try for £0.00
£8.99/mo thereafter. Renews automatically. Terms apply. Offer ends 31 July 2025 at 23:59 GMT.
Pick 1 audiobook a month from our unmatched collection.
Listen all you want to thousands of included audiobooks, Originals, and podcasts.
Access exclusive sales and deals.
Premium Plus auto-renews for £8.99/mo after 3 months. Cancel monthly.

Bikhyuddho Bohni

By: ৰঞ্জু হাজৰিকা
Narrated by: দিবচন লাল বৰুৱা
Try for £0.00

£8.99/mo after 3 months. Offer ends 31 July 2025 23:59 GMT. Cancel monthly.

Buy Now for £5.59

Buy Now for £5.59

Confirm Purchase
Pay using card ending in
By completing your purchase, you agree to Audible's Conditions of Use and authorise Audible to charge your designated card or any other card on file. Please see our Privacy Notice, Cookies Notice and Interest-based Ads Notice.
Cancel

About this listen

ৰহস্য সাহিত্যৰ একচ্ছত্ৰী সম্ৰাট ৰঞ্জু হাজৰিকাৰ অন্যতম জনপ্ৰিয় উপন্যাস হ'ল "বিক্ষুব্ধ বহ্নি "। ইন্দৰ আৰু শান্তাৰ সুন্দৰ জীৱনৰ চিহ্ন অমিত। কিন্তু শান্তা আৰু ইন্দৰৰ জীৱনত অমিতৰ বাবে থকা মৰমৰ মূল্যই অমিতৰ অনুপস্হিতিত তেওঁলোকৰ জীৱনক এক জটিল পৰ্যায়লৈ লৈ যায়। অমিত অবিহনে শান্তাৰ অৱস্থা আৰু ইন্দৰৰ দোষীৰ বাবে থকা বিদ্বেষে কাহিনীক এক অন্য দিশে আগবঢ়াই লৈ যায়। অমিতৰ অপহৰণৰ ঘটনাক লৈ ইন্দৰৰ জীৱনত হঠাৎ ঘটা কিছুমান বিক্ষিপ্ত ঘটনাৰ ঘটনাৰে উপন্যাসখনৰ কাহিনী আগবাঢ়ে। কোনে অপহৰণ কৰিছিল অমিতক? অমিত জীয়াই থাকিল নে? শান্তা আৰু ইন্দৰে বিচাৰি পালে নে প্ৰাণাধিক প্ৰিয় কণমানি পুত্ৰক? দিবছন লাল বৰুৱাৰ কন্ঠত ষ্টৰীটেলৰ যোগেদি শুনক ৰঞ্জু হাজৰিকাৰ উপন্যাস "বিক্ষুব্ধ বহ্নি "।©2021 Storyside IN (P)2021 Storyside IN African American Mystery
No reviews yet